ভূমিকম্পই জোকাৰি গ’ল মেক্সিকোঃ পুৱাই কঁপি উঠিল প্ৰকাণ্ড অট্টালিকাবোৰ

ভূমিকম্পই জোকাৰি গ’ল মেক্সিকোঃ পুৱাই কঁপি উঠিল প্ৰকাণ্ড অট্টালিকাবোৰ
  • বুধবাৰে পুৱাই ভূমিকম্পই জোকাৰি গ'ল মেক্সিকো চহৰ।
  • পুাৱা মেক্সিকোৰ গুয়েৰেৰোত ভূমিকম্পই আতংকিত কৰি তোলে জনসাধাৰণক।
  • এই ভূমিকম্পৰ তীব্ৰতা আছিল ৰিখটাৰ স্কেলত ৬.৮ প্ৰাবল্য।
  • নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে, পুৱা ০৭:১৭ বজাত আহিছিল এই ভূমিকম্প।
  • ভূমিকম্পৰ ফলত কঁপি উঠিছিল মেক্সিকো চহৰখন।
  • জানিব পৰা মতে এই কম্পনটো ইমানেই তীব্ৰ আছিল যে সমগ্ৰ মেক্সিকো চহৰ অট্টালিকাবোৰ কঁপাই তুলিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in