৫.৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল

  • অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভূমিকম্প।
  • বিয়লি ৩.৪৭ বজাত অনুভূত হৈছিল কম্পন।
  • ৰিখতাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৫।
  • এতিয়ালৈকে কোনো ক্ষয়-ক্ষতিৰ বাতৰি অহা নাই।
  • ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ভাৰত ম্যানমাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in