প্ৰতীকি ফটো
প্ৰতীকি ফটো

ভূমিকম্পই কঁপালে গুৱাহাটী মহানগৰ…

  • গুৱাহাটী মহানগৰী কপাই গল ভূমিকম্পই।
  • মহানগৰীৰ উপকন্ঠ এলেকাতে এই ভূমিকম্পন অনুভূত হয়।
  • এই ভূমিকেন্দ্ৰৰ প্ৰাবল্য বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
  • এই ভূমিকম্পত কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in