ৰাজ্যত ভূমিকম্পৰ জোকাৰণি…

ৰাজ্যত ভূমিকম্পৰ জোকাৰণি…
  • অসমত ভূমিকম্পৰ জোকাৰণি।
  • সৰ্বাধিক জোকাৰণি অনুভূত হয় শিলচৰত।
  • নিশা ৮.১৩ বজাৰ পৰা ৮.১৫ বজাৰ ভিতৰত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।
  • গুৱাহাটীতো দেখিবলৈ পোৱা যায় ভূমিকম্পৰ প্ৰভাৱ।
  • ভূমিকম্পৰ প্ৰাৱল্য ৰিখটাৰ স্কেলত ৫.১।
  • মিজোৰামতো জোকাৰণি অনুভূত হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in