অৰুণাচল প্ৰদেশত পুনৰ ভূমিকম্প…

অৰুণাচল প্ৰদেশত পুনৰ ভূমিকম্প…
  • পুৱাই অৰুণাচল প্ৰদেশত ভূমিকম্পৰ ফলত কম্পন অনুভৱ।
  • ৰাজ্যখনত শনিবাৰে পুৱা ৰিখটাৰ স্কেলত ৪.১ প্ৰাবল্যৰ কম্পন ঘনিভূত হৈছে।
  • প্ৰদেশখনৰ বাছাৰ অঞ্চল আছিল এই ভূমিকম্পৰ উপত্তি স্থল।
  • পুৱা প্ৰায় ১০-১৫ বজাত ঘনিভূত হয় ভূমিকম্প।
  • মাত্ৰ কেইটামান দিনৰ ভিতৰতে প্ৰদেশখনত এইটো দ্বিতীয়টো কম্পন।
  • ছেপ্টেম্বৰ মাহটোত ৰাজ্যখনত মুঠ ৭ বাৰ ভূমিকম্প আহিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in