শেহতীয়া খবৰ
লামডিঙত ভাৰতীয় জীৱন বীমা নিগমৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড...  •  ২৫ দিনৰ মূৰতহে হাঁহিছে এইজন পিতৃয়ে!  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  অসমত আকৌ ৩২২জন কোভিড পজিটিভ, ২ জনে হেৰুৱাইছে প্ৰাণ...  •  ঘৰতে লাভ কৰিব ড্ৰাইভিং লাইচেঞ্চ...  •  ‘শংকৰদেৱ উদ্যান ধ্বংস কাৰ্য’ৰ বিৰুদ্ধে জ্যেষ্ঠ নাগৰিকৰ মানৱ শৃংখল কাৰ্যসূচী...  •  জঘন্য ঘটনা! তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰীক যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ অভিযুক্তক...  •  সন্তানসহ বিধায়কৰ হত্যাৰে জড়িত গুলীবৃদ্ধ উগ্ৰপন্থী নেতাক নগাঁৱৰ চিকিৎসালয়ত নিয়াই কৰিব জেৰা...  •  দুখীয়া ৰোগীৰ চিকিৎসাৰ বাবে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ চেক বিতৰণ...

অৰুণাচল প্ৰদেশত পুনৰ ভূমিকম্প…

  • পুৱাই অৰুণাচল প্ৰদেশত ভূমিকম্পৰ ফলত কম্পন অনুভৱ।
  • ৰাজ্যখনত শনিবাৰে পুৱা ৰিখটাৰ স্কেলত ৪.১ প্ৰাবল্যৰ কম্পন ঘনিভূত হৈছে।
  • প্ৰদেশখনৰ বাছাৰ অঞ্চল আছিল এই ভূমিকম্পৰ উপত্তি স্থল।
  • পুৱা প্ৰায় ১০-১৫ বজাত ঘনিভূত হয় ভূমিকম্প।
  • মাত্ৰ কেইটামান দিনৰ ভিতৰতে প্ৰদেশখনত এইটো দ্বিতীয়টো কম্পন।
  • ছেপ্টেম্বৰ মাহটোত ৰাজ্যখনত মুঠ ৭ বাৰ ভূমিকম্প আহিছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি