ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী…

ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী…
  • গুৱাহাটীত ভূমিকম্পৰ কম্পন অনুভূূত হয় ।
  • প্ৰায় ১০ বাজি ৩৩ মিনিটত ভূমিকম্পৰ জোকাৰনি অনুভূত হয় ।
  • গুৱাহাটীকে ধৰি গুৱাহাটীৰ উপকণ্ঠীয় অঞ্চল জোকাৰি যায় ভূমিকম্পই ।
  • এই পৰ্যন্ত কোনো ধৰনৰ ক্ষয় ক্ষতিৰ বাতৰি অহা নাই ।
  • কেইবা ছেকেণ্ড ধৰি ভূমিকম্পই জোকাৰণি অনুভূত হয় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in