শেহতীয়া খবৰ
এতিয়াও সন্ধানহীন কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকৰ হেণ্ডিমেন...  •  বাক্সাৰ খাগ্ৰাবাৰীত ভালুক উদ্ধাৰ...  •  দুটা পকা অমিতাৰ ওজন ৬ কেজি ১০০গ্ৰামঃ শিক্ষিত যুৱ খেতিয়কে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন...  •  হু ইজ প্ৰদীপ দত্ত ৰায়?  •  কৃষি খণ্ডৰ বিকাশৰ বাবে কৃষকৰ মাজত উন্নত মানৰ আলুৰ বীজ বিতৰন...  •  কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিত জীপাল কৃষক-শ্ৰমিক সংঘৰ অৱস্থান ধৰ্মঘট..  •  মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অগ্নিকাণ্ড...  •  ২৫৩ বছৰে অুষ্ঠিত হৈ আহিছে ন-লগোৱা উৎসৱঃ ১০-১১ আঘোণতো পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ'ব এই উৎসৱ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...

পুৱাই ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যঃ চাওক সবিশেষ…

  • পুৱাই ৰাজ্যত অনুভূত হ’ল ভূমিকম্পৰ জোকাৰণি।
  • শুকুৰবাৰে পুৱা ৫-১৫ আহিল এই ভূমিকম্প।
  • ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.১।
  • ভূ-গৰ্ভৰ পৰা ১২ কিলোমিটাৰ তলত সৃষ্টি হৈছিল এই ভূমিকম্প।
  • জানিব পৰা মতে এই মৃদু ভূমিকম্পৰ উৎপত্তিস্থল চুবুৰীয়া দেশ ম্যানমাৰ।
  • বৰ্তমানলৈকে এই ভূমিকম্পৰ ফলত ৰাজ্যত ক্ষয়-ক্ষতি হোৱাৰ কোনো খবৰ লাভ কৰা নাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি