পুৱাই ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যঃ চাওক সবিশেষ…

পুৱাই ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যঃ চাওক সবিশেষ…
  • পুৱাই ৰাজ্যত অনুভূত হ'ল ভূমিকম্পৰ জোকাৰণি।
  • শুকুৰবাৰে পুৱা ৫-১৫ আহিল এই ভূমিকম্প।
  • ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.১।
  • ভূ-গৰ্ভৰ পৰা ১২ কিলোমিটাৰ তলত সৃষ্টি হৈছিল এই ভূমিকম্প।
  • জানিব পৰা মতে এই মৃদু ভূমিকম্পৰ উৎপত্তিস্থল চুবুৰীয়া দেশ ম্যানমাৰ।
  • বৰ্তমানলৈকে এই ভূমিকম্পৰ ফলত ৰাজ্যত ক্ষয়-ক্ষতি হোৱাৰ কোনো খবৰ লাভ কৰা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in