নিশা ১২বজাত ৰাজ্য কপাঁলে ভূমিকম্পই…

নিশা ১২বজাত ৰাজ্য কপাঁলে ভূমিকম্পই…
  • ৰাজ্যত ভূমিকম্পৰ জোকাৰণি।
  • নিশা প্ৰায় ১২বজাত ভূমিকম্পৰ কম্পন অনুভূত হয়।
  • ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য ৫.৬
  • ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰ বুলি জানিব পৰা গৈছে।
  • কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।
  • উল্লেখ্য যে, কিছুসময়ৰ পূৰ্বে ফিলিপিন্সতো অনুভূত হৈছিল ভূমিকম্পৰ জোকাৰণি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in