৭.২ প্ৰাবল্যৰ ভূমিকম্প…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

প্ৰৱল ভূমিকম্পই জোকাৰি গ'ল দক্ষিণ ফিলিপাইনছ নদীদ্বীপ অঞ্চল।

শনিবাৰে পুৱা স্থানীয় সময়ানুসৰি ৯.১২ বজাত অনূভূত হয় তীব্ৰ কম্পন।

৭.২ ৰিখটাৰ স্কেলৰ ভূমিকম্পই কঁপাই তোলে মিনদানাওৰ দক্ষিণ ফিলিপাইনছৰ নদীদ্বীপ অঞ্চল।

ভূমিকম্পত হোৱা ক্ষয় ক্ষতিৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in