দেওবাৰে ভূমিকম্পই জোকাৰি গ’ল ফিজিৰ লামবাছা চহৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ৰিখতাৰ স্কেলত ৬.৭ প্ৰবাল্যৰ এক ভূমিকম্পই দেওবাৰে ফিজিৰ লামবাছা চহৰ জোকাৰি যায়। নিশা ৮.২৫ বজাত অনুভূত হয় এই কম্পণ। ভূ গৰ্ভৰ পৰা ৫৩৩.০৬ কিলোমিটাৰ নিলগত এই ভূমিকম্পৰ অভিকেন্দ্ৰ বুলিও জানিব পৰা গৈছে।

অৱশ্যে এই ভূমিকম্পৰ ফলত হোৱা ক্ষয় ক্ষতিৰ সম্পৰ্কে বৰ্তমানলৈকে কোনো খবৰ লাভ কৰা নাই। ইয়াৰ পূৰ্বেও ছেপ্টেম্বৰ মাহত ৰিখতাৰ স্কেলত ৬.০২ প্ৰাবল্যৰ এক ভূমিকম্পই জোকাৰি গৈছিল দেশখনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in