ভূমিকম্পই জোকাৰি গ’ল…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ভূমিকম্পই জোকাৰি গ'ল চেন্ট্ৰেল আমেৰিকাৰ ইআই চালভাদোৰ।
  • আন্তঃৰাষ্ট্ৰীয় সময়ানুসৰি ৯.০৩ বজাত ৰাষ্ট্ৰখনত অনুভূত হয় জোকাৰণি।
  • ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৬।
  • ভূমিকম্পৰ ফলত ৰাষ্ট্ৰখনৰ বিভিন্ন প্ৰান্তত ক্ষতিসাধন।
  • অৱশ্যে এতিয়াও লাভ কৰা নাই হতাহতৰ খবৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in