শেহতীয়া খবৰ
ডিফু সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেণছিং ইংতিৰ মনোনয়ন দাখিল...  •  তেজপুৰত মনোনয়ন দিবলৈ গ’ল হিমন্ত বিশ্ব! তাৰপাছত কি ক’লে...  •  নাতিসহ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ পুনৰ কংগ্ৰেছত যোগদান...  •  লোকসভা নিৰ্বাচন কোন সমষ্টিৰ পৰা খেলিব মোহময়ী অভিনেত্ৰী উৰ্মিলাই...  •  তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে দাখিল কৰিলে মনোনয়ন  •  প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেলে এৰিব জেট এয়াৰৱেইজ...  •  মনোনয়ন পত্ৰ দাখিল মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ  •  এক নম্বৰী বিজেপিৰ স্থান নাই বিজেপিতঃ তৰুণ গগৈ  •  মঙলদৈ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ মনোনয়ন দাখিল  •  লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই দাখিল কৰিলে মনোনয়ন

চিদাম্বৰমক আজি জেৰা কৰিব ই ডিয়ে

132
  • প্রাক্তন বিত্তমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমলৈ চমন।
  • এনফৰ্চমেণ্ট সঞ্চালকালয়ে চমন জাৰি কৰিছে তেওঁক।
  • বুধবাৰে প্ৰাক্তন মন্ত্ৰীজনক জেৰাৰ বাবে হাজিৰ হোৱাৰ নিৰ্দেশ।
  • আই এন এক্স মেডিয়া গোচৰত তেওঁক জেৰা কৰিব ই ডিয়ে।
  • ইয়াৰ পূর্বেও চি বি আয়ে এই গোচৰত জেৰাৰ বাবে তেওঁক দিছিল চমন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি