চিদাম্বৰমক আজি জেৰা কৰিব ই ডিয়ে

চিদাম্বৰমক আজি জেৰা কৰিব ই ডিয়ে
  • প্রাক্তন বিত্তমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমলৈ চমন।
  • এনফৰ্চমেণ্ট সঞ্চালকালয়ে চমন জাৰি কৰিছে তেওঁক।
  • বুধবাৰে প্ৰাক্তন মন্ত্ৰীজনক জেৰাৰ বাবে হাজিৰ হোৱাৰ নিৰ্দেশ।
  • আই এন এক্স মেডিয়া গোচৰত তেওঁক জেৰা কৰিব ই ডিয়ে।
  • ইয়াৰ পূর্বেও চি বি আয়ে এই গোচৰত জেৰাৰ বাবে তেওঁক দিছিল চমন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in