ডুমডুমাৰ এখন ধাবাত অগ্নিকাণ্ড…

ডুমডুমাৰ এখন ধাবাত অগ্নিকাণ্ড…
  • ডুমডুমাৰ এখন ধাবাত ভয়ংকৰ অগ্নিকাণ্ড।
  • দুপৰীয়া হঠাত্‍ জ্বলি উঠে ৩৭ নং ঘাইপাথত থকা এই ধাবাখন।
  • মহাষ্টমীৰ দুপৰীয়া সংঘটিত এই ঘটনাক লৈ উত্তেজনা সৃষ্টি।
  • লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত।
  • অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপণ কৰে জুই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in