উপনিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মুক্ষম আঘাত… অসমীয়া প্ৰতিদিন ৰ দ্বাৰা Sep 24, 2021 ত শেষ সম্পাদনা কৰা হৈছে শ্বেয়াৰ কৰক কংগ্ৰেছত অব্যাহত আছে তীব্ৰ খহনীয়া।নগাঁৱৰ প্রাক্তন বিধায়ক দুৰ্লভ চমুৱাৰ কংগ্রেছ দল ত্যাগ।প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্র প্রেৰণ।শীঘ্রেই প্ৰাক্তন বিধায়ক গৰাকী বিজেপিত যোগদানৰ সম্ভাৱনা। শ্বেয়াৰ কৰক