বিহুৰ দিনাই শোকাৱহ পথ দুৰ্ঘটনা! বুঢ়ীদিহিং দলঙৰ পাৰত নিহত যুৱক…

বিহুৰ দিনাই শোকাৱহ পথ দুৰ্ঘটনা! বুঢ়ীদিহিং দলঙৰ পাৰত নিহত যুৱক…
  • বুঢ়ীদিহিং দলঙৰ পাৰত পুৱাই সংঘটিত হ'ল এক শোকাৱহ দুৰ্ঘটনা।
  • দুলীয়াজানৰ পৰা এখন স্কুটীৰে গৈ থকা বিতু চেতিয়া নামৰ যুৱকজনৰ এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয়।
  • পুৱাৰ কুঁৱলীৰ বাবেই দুলীয়াজান-নাহৰকটীয়া পথত ঘৰমুৱা যুৱকজন দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ মুখত পৰে।
  • বিহুৰ আনন্দ-উলাহৰ মাজতেই বিতু চেতিয়াৰ শোকাৱহ মৃত্যুৰ এই ঘটনাই দুলীয়াজানত শোকৰ ছাঁ পেলাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in