শেহতীয়া খবৰ
সোমবাৰে পুৱাৰে পৰা বিটিএডি অঞ্চলত উৰিল বগা পতাকা  •  UTC বাতিলৰ দাবীত বিটিএডি বন্ধৰ আহ্বান, ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ...  •  গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰাৰ পাছতেই ৮ বছৰে বিনা বেতনেৰে কাম কৰা ডাবিডুবিৰ সূতাকলৰ ৮ চাকৰিয়ালে ল'লে অৱসৰ, VIDEO  •  চৌদী আৰবত অসমীয়া যুৱকক তালীবানী শাস্তি, VIDEO...  •  অনিৰ্দিষ্টকাললৈ বন্ধৰ আহ্বান কাৰ...  •  এপ’ল’ ইন্টাৰনেশ্যনেল হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন মোৰাঝাৰৰ সাংবাদিক তাজুদ্দিন...  •  দৰং জিলাৰ বাহমোল্লা প্ৰাথমিক বিদ্যালয়ে অতিক্ৰম কৰিলে শতবৰ্ষ, VIDEO  •  গণৰাজ্য দিৱসত ‘মন কী বাত’ৰ জৰিয়তে কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে...  •  দুদিনৰ বাবে চিআইডিৰ জিম্মালৈ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰী  •  নলবাৰীত ৭১ সংখ্যক গণৰাজ্য দিৱসত পতাকা উত্তোলন মন্ত্ৰী ভৱেশ কলিতাৰ

বিহুৰ দিনাই শোকাৱহ পথ দুৰ্ঘটনা! বুঢ়ীদিহিং দলঙৰ পাৰত নিহত যুৱক…

74
  • বুঢ়ীদিহিং দলঙৰ পাৰত পুৱাই সংঘটিত হ’ল এক শোকাৱহ দুৰ্ঘটনা।
  • দুলীয়াজানৰ পৰা এখন স্কুটীৰে গৈ থকা বিতু চেতিয়া নামৰ যুৱকজনৰ এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয়।
  • পুৱাৰ কুঁৱলীৰ বাবেই দুলীয়াজান-নাহৰকটীয়া পথত ঘৰমুৱা যুৱকজন দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ মুখত পৰে।
  • বিহুৰ আনন্দ-উলাহৰ মাজতেই বিতু চেতিয়াৰ শোকাৱহ মৃত্যুৰ এই ঘটনাই দুলীয়াজানত শোকৰ ছাঁ পেলাইছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি