শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন...  •  ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...

ডুবাইত ২ অক্টোবৰলৈ বাতিল এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমান সেৱা

123

ডিজিটেল ডেস্ক : ডুবাইৰ নাগৰিক অধিকাৰ সংস্থাই এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমান সেৱা অহা ২ অক্টোবৰলৈ বাতিল কৰাৰ ঘোষণা কৰিছে । ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সংবাদ অনুসৰি,ডুবাই চিভিল এভিয়েচন অথৰিটীয়ে অভিযোগ কৰা মতে যোৱা কিছু সপ্তাহত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানযোগে ভাৰতৰ পৰা কোভিড পজিটিভ যাত্ৰীক অনা হৈছিল।

এই অভিযোগ উত্থাপন হোৱাৰ পিছতে অহা ২ অক্টোবৰলৈ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমান সেৱা বাতিল কৰাৰ সিদ্ধান্ত লৈছে ডুবাইৰ নাগৰিক অধিকাৰ সংস্থাই। উল্লেখ্য যে, ইউ এ ই চৰকাৰে এই কোৰোণা মহামাৰীৰ সময়ত বিমান যাত্ৰাৰ ক্ষেত্ৰত বান্ধি দিছে কিছুমান নিয়ম । সেই অনুসৰি যোৱা ৯৬ ঘন্টাত যাত্ৰীসকলে আৰটি-পিচিআৰ পৰীক্ষাৰ নিগেটিভ চাৰ্টিফিকেট অনাটো বাধ্যতামূলক অনাটো বাধ্যতামূলক কৰিছে ডুবাই চৰকাৰে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি