হাউডী মোডীঃ টেক্সাছৰ এন আৰ জি ষ্টেডিয়ামত উৎসৱমুখৰ পৰিৱেশ… চাওঁক VIDEO

হাউডী মোডীঃ টেক্সাছৰ এন আৰ জি ষ্টেডিয়ামত উৎসৱমুখৰ পৰিৱেশ… চাওঁক VIDEO
  • কিছুসময় পাছতেই আৰম্ভ হ'ব হাউডী মোডী কাৰ্যসূচী।
  • টেক্সাছৰ হিউষ্টনস্থিত এন আৰ জি ষ্টেডিয়ামত উলহ-মালহ পৰিৱেশ।
  • ড্ৰাম বজোৱা হৈছে এন আৰ জি ষ্টেডিয়ামত।
  • ইফালে, হিউষ্টনত উপস্থিত হৈছেহি মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প।
  • প্ৰধানমন্ত্ৰী মোডীৰ সৈতে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পেও অংশ ল'ব হাউডী মোডী অনুষ্ঠানত।
  • চাওঁক ভিডিঅ'-

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in