শেহতীয়া খবৰ
নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...  •  হাৰমতী ডুবিত পথ দুৰ্ঘটনাঃ নিহত মটৰ চাইকেল আৰোহী...  •  অসুস্থ শৃংখল চলিহাঃ আই চি ইউত চিকিৎসাধীন...  •  ধেমাজি জিলা প্ৰশাসনৰ দ্বাৰা ত্ৰিৰংগ সমদল, চিত্ৰাংকন প্ৰতিযোগিতা...  •  স্বাধীনতাৰ অমৃত মহোৎসৱৰ মাজতে ১৪ আগষ্টত বিভাজন বিভীষিকা স্মৃতি দিৱস পালনৰ আহ্বান চৰকাৰৰ...

ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি আটক ২ যুৱক…

ডিজিটেল সংবাদ, বোকাজান: ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি হাতে লোটে ধৰা পৰিল দুই যুৱক। যুৱক দুজন বোকাজানৰ নীলপৱন বৰা আৰু পংকজ ৰয় ।

দীৰ্ঘদিন ধৰি বোকাজানত ড্ৰাগছৰ সৰবৰাহ কৰি আছিল এই দুই যুৱকে।বোকাজানৰ নৱ প্ৰজন্মক বিষাক্ত ড্ৰাগছৰ সেৱন কৰাই ধ্বংসৰ গৰাহলৈ ঠেলি দিছিল এই দুজন যুৱকে।

শনিবাৰে বোকাজানৰ স্থানীয় যুৱক এজনক ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোতেই আৰক্ষীৰ জালত পৰে দুয়ো। ইতিমধ্যে বোকাজান আৰক্ষীয়ে নীলপৱন বৰা আৰু পংকজ ৰয়ক আটক কৰিছে।

আৰু পঢ়ক: বোকাজান আৰক্ষীৰ জালত ৬ টাকৈ গভাইত চোৰ…