চৰাইদেউত আটক যোৰহাটৰ ড্ৰাগছ ব্যৱসায়ী যুৱক

চৰাইদেউত আটক যোৰহাটৰ ড্ৰাগছ ব্যৱসায়ী যুৱক
  • চৰাইদেউত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
  • অভিযানত আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী।
  • নাগালেণ্ডৰ পৰা নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে ব্যৱসায়ীজনক।
  • ব্যৱসায়ীজনৰ নাম গৌৰাংগ দত্ত।
  • গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলাইছিল এই অভিযান।
  • যোৰহাটৰ বঙালপুখুৰীত ঘৰ গৌৰাংগ দত্তৰ।
  • ইফালে আৰক্ষীয়ে জব্দ কৰিছে এটা .২২ পিষ্টল।
  • ইফালে এতিয়াও পলাতক কেনীয়া নামৰ ড্ৰাগছ আসক্ত যুৱক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in