শেহতীয়া খবৰ
২ ঘন্টাৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ দি চিদাম্বৰমৰ বাসভৱনৰ সন্মুখত নটিছ চিবিআইৰ  •  গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ৰহাৰ খলিহামাৰীত জ্বলা-কলা খোৱাইছে পথৰ দুৰৱস্থাই, VIDEO  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  নাৰায়ণপুৰৰ জনাঞ্চলত বাঘ উদ্ধাৰ…  •  লালুকত দাৰে ঘপিয়াই বৃদ্ধক হত্যাৰ চেষ্টা কিশোৰৰ! উত্তেজিত ৰাইজে জ্বলাই দিলে ঘৰ...

চৰাইদেউত আটক যোৰহাটৰ ড্ৰাগছ ব্যৱসায়ী যুৱক

53
  • চৰাইদেউত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
  • অভিযানত আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী।
  • নাগালেণ্ডৰ পৰা নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে ব্যৱসায়ীজনক।
  • ব্যৱসায়ীজনৰ নাম গৌৰাংগ দত্ত।
  • গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলাইছিল এই অভিযান।
  • যোৰহাটৰ বঙালপুখুৰীত ঘৰ গৌৰাংগ দত্তৰ।
  • ইফালে আৰক্ষীয়ে জব্দ কৰিছে এটা .২২ পিষ্টল।
  • ইফালে এতিয়াও পলাতক কেনীয়া নামৰ ড্ৰাগছ আসক্ত যুৱক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি