হোজাইত ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ…

হোজাইত ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ…
  • হোজাইত পুনৰ আটক ড্ৰাগছ সৰবৰাহী।
  • ১০টা ড্রাগছভৰ্তি কণ্টেইনাৰসহ গ্রেপ্তাৰ এজন সৰবৰাহকাৰী।
  • গ্রেপ্তাৰ আব্দুল জলিল নামৰ ড্রাগছ সৰবৰাহকাৰীটো।
  • নতুন বজাৰৰ ১নং ৰে'লগেট সমীপৰৰ পৰা গ্রেপ্তাৰ সৰবৰাহকাৰীটো।
  • ড্রাগছসমূহৰ বজাৰ মূল্য আনুমানিক ১০ হাজাৰ টকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in