বোকাজানত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ, বন্য জীৱৰ হাড়, লাওখোলা…

বোকাজানত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ, বন্য জীৱৰ হাড়, লাওখোলা…
  • বোকাজানৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ ঘাটি।
  • বোকাজান ফুলবাৰীৰ বাবা হাজৰিকাৰ গৃহত আৰক্ষীৰ অভিযান।
  • এখন ডাম্পাৰৰ টেংকিক উদ্ধাৰ ৬০ পেকেট ড্ৰাগছ।
  • উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ ওজন প্ৰায় ৮০০ গ্ৰাম।
  • জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য ৫ কোটিৰো অধিক।
  • আনহাতে ড্ৰাগছ মাফিয়াবাবা হাজৰিকাৰ ঘৰত উদ্ধাৰ হৈছে বিভিন্ন জীৱ জন্তুৰ দেহৰ অংগ।
  • হৰিণৰ লাওখোলা, কাছৰ চলং, হাতীৰ ভৰিৰ হাড় উদ্ধাৰ হৈছে বাবা হাজৰিকাৰ ঘৰত।
  • দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল বাবা হাজৰিকাই।
  • ইতিমধ্যে আৰক্ষীয়ে বাবা হাজৰিকাৰ লগতে জব্দ কৰিছে তিনিখন বিলাসী বাহন আৰু এখন ডাম্পাৰ।
  • অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in