ড্ৰাগছৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষীৰ সফল অভিযান…

ড্ৰাগছৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষীৰ সফল অভিযান…


ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা আৰক্ষীৰ সফল অভিযানত জব্দ ড্ৰাগছ ভৰ্তি নটাকৈ কন্টেনাৰ , ৪০টা কফ চিৰাপ সহ তিনি ড্ৰাগছ সৰবৰাহকাৰী আটক। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটা ইন্তাদুৰ ৰহমান, চৰিফুল ইছলাম আৰু মজিবুৰ ৰহমান ।

বটদ্ৰৱা আৰক্ষী আৰু ডি এছ পি অনিতা হাজৰিকাৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি দেওবাৰে নিশা চলিছিল শিমলুআটি গাৱঁত ড্ৰাগছৰ বিৰুদ্ধে অভিযান। বৰ্তমান কুখ্যাত ড্ৰাগছ মাফিয়া কেইটাক অধিক তথ্যৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে বটদ্ৰৱা আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in