শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

ড্ৰাগছৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষীৰ সফল অভিযান…

56


ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা আৰক্ষীৰ সফল অভিযানত জব্দ ড্ৰাগছ ভৰ্তি নটাকৈ কন্টেনাৰ , ৪০টা কফ চিৰাপ সহ তিনি ড্ৰাগছ সৰবৰাহকাৰী আটক। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটা ইন্তাদুৰ ৰহমান, চৰিফুল ইছলাম আৰু মজিবুৰ ৰহমান ।

বটদ্ৰৱা আৰক্ষী আৰু ডি এছ পি অনিতা হাজৰিকাৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি দেওবাৰে নিশা চলিছিল শিমলুআটি গাৱঁত ড্ৰাগছৰ বিৰুদ্ধে অভিযান। বৰ্তমান কুখ্যাত ড্ৰাগছ মাফিয়া কেইটাক অধিক তথ্যৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে বটদ্ৰৱা আৰক্ষীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি