পৰীক্ষণৰ সময়তে দুৰ্ঘটনাগ্ৰস্থ বিমান…

পৰীক্ষণৰ সময়তে দুৰ্ঘটনাগ্ৰস্থ বিমান…
  • ৰক্ষা অনুসন্ধান আৰু বিকাশ সংস্থা চমুকৈ ডি আৰ ডি অৰ এখন বিমান দুৰ্ঘচনাগ্ৰস্থ।
  • কৰ্ণাটকত দুৰ্ঘটনাগ্ৰস্থ হৈছে বিমানখন।
  • তাপস নামৰ এই বিমানখন মঙলবাৰে পতিত হয় দুৰ্ঘটনাত।
  • পৰীক্ষণৰ সময়তে দুৰ্ঘটনাত পতিত হয় বুলি সদৰি কৰিছে ডি আৰ ডি অৰ কৰ্তৃপক্ষই।
  • কৰ্ণাটকৰ চিত্ৰদুৰ্গ অঞ্চলত দুৰ্ঘটনাত পতিত হয় বিমানখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in