৩ মাহৰ ভিতৰত দেশত স্থাপন কৰা হ’ব ৫০০ টা অক্সিজেন প্ৰকল্প : প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা…

৩ মাহৰ ভিতৰত দেশত স্থাপন কৰা হ’ব ৫০০ টা অক্সিজেন প্ৰকল্প : প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা…
  • তিনি মাহৰ ভিতৰত দেশত স্থাপন কৰা হ'ব ৫০০ টা অক্সিজেন প্ৰকল্প ।
  • প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই দেশৰ বিভিন্ন স্থানত স্থাপন কৰিব এই অক্সিজেন প্ৰকল্প ।
  • দিল্লীৰ এইমছ আৰু আৰএমএলৰ প্ৰকল্পটো বৃহস্পতিবাৰৰ পৰা কাৰ্যক্ষম হ'ব বুলি কয় সংস্থাটোৱে ।
  • এক মিনিটত ১০০০ লিটাৰ অক্সিজেন উৎপাদন কৰে আৰু একেলগে ২০০ ৰোগীক এই অক্সিজেন দিব পৰা যাব ।
  • এই প্ৰযুক্তিটো তেজছ বিমানৰ বাবে নিৰ্মাণ কৰা হৈছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in