অখিল গগৈৰ মুক্তিৰ দাবীত দেৱালত প্ৰতিচ্ছবি অংকন কৰি আটক হ’ল যুৱক…

অখিল গগৈৰ মুক্তিৰ দাবীত দেৱালত প্ৰতিচ্ছবি অংকন কৰি আটক হ’ল   যুৱক…

ডিজিটেল ডেস্ক : মহানগৰীৰ লালমাটিত দেৱালত অংকন কৰে কৃষক নেতা অখিল গগৈৰ প্ৰতিচ্ছবি । কৃষক নেতা গৰাকীৰ মুক্তিৰ দাবীত এই প্ৰতিচ্ছবি অংকন কৰিছিল অংগ আৰ্ট কালেকটিভ নামৰ সংগঠনটোৱে ।

অংগ আৰ্ট কালেক্টিভৰ সদস্য সকলে অংকন কৰা অখিল গগৈৰ প্ৰতিচ্ছবি

ইফালে প্ৰতিচ্ছবি অংকন কৰা ঠাইত উপস্থিত হয় বশিষ্ঠ আৰক্ষী । বশিষ্ট আৰক্ষীয়ে অখিল গগৈৰ সেই প্ৰতিচ্ছবি মছি পেলাবলৈ নিৰ্দেশ দিয়ে । পৰবৰ্তী সময়ত কৃষক নেতা গৰাকীৰ প্ৰতিচ্ছবি অংকন কৰা অংগ আৰ্ট কালেক্টিভৰ সদস্য কেইজনক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in