Published on:
Updated on:
- জিএনআৰচিৰ চিকিৎসক ডাঃ নৱনীল বৰুৱাক স্বাস্থ্য পৰীক্ষা সম্পন্ন।
- দ্বিতীয় দিনা জেৰাৰ অন্তত স্বাস্থ্য পৰীক্ষা কৰে আৰক্ষীয়ে চিকিৎসক গৰাকীৰ।
- পুনৰ দেওবাৰে তেওঁ হাজিৰ হ'ব লাগিব দিছপুৰ থানাত।
- পুৱা ১০ বজাত ডাঃ বৰুৱাক জেৰাৰ বাবে পুনৰ হাজিৰ হোৱাৰ নিৰ্দেশ।
- শুকুৰবাৰে প্ৰথম ৰাজকন্যা বৰুৱা কাণ্ডৰ সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে জেৰা কৰিছিল ডাঃ বৰুৱাক।
- প্ৰথম দিনাৰ জেৰাৰ অন্ততো স্বাস্থ্য পৰীক্ষা কৰি তেওঁক যাবলৈ দিয়া হৈছিল ঘৰলৈ।
- দ্বিতীয় দিনাও অনুৰূপ ধৰণেই দীৰ্ঘসময় জেৰাৰ অন্তত স্বাস্থ্য পৰীক্ষা কৰি ঘৰলৈ যোৱাৰ অনুমতি দিয়ে আৰক্ষীয়ে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in