শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

ডাঃ নৱনীল বৰুৱাক চৰ্ত সাপেক্ষে জামিন…

  • জামিন পালে চিকিৎসক নৱনীল বৰুৱাই।
  • তিনিদিনৰ জেৰাৰ অন্তত ডাঃ বৰুৱাক কৰা হৈছিল গ্ৰেপ্তাৰ।
  • দিছপুৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চিকিৎসক গৰাকীক।
  • দিছপুৰ থানাৰ গোচৰত জামিন লাভ।
  • মডেল ৰাজকন্যা বৰুৱাক ৰক্ষণা-বেক্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ডাঃ বৰুৱা।
  • নিৰ্দিষ্ট চৰ্তৰ ভিত্তিত জামিন দিয়া হৈছে ডাঃ নৱনীল বৰুৱাক।
  • তদন্ত চলি থকা সময়চোৱাত নৱনীল বৰুৱাক আৰক্ষীয়ে বিচাৰিলে তদন্তৰ ক্ষেত্ৰত সহযোগিতাত আগবঢ়াব লাগিব।
  • আনহাতে, অসম এৰি বাহিৰলৈ যাব লগা হ’লেও তেওঁ দিছপুৰ আৰক্ষীক অৱগত কৰি যাব লাগিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি