শেহতীয়া খবৰ
অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • কোৰোনাৰ আতংক! ৫খন ৰাজ্যৰ পৰা কৰ্ণাটকলৈ ঘূৰি যাব নোৱাৰিব প্ৰবাসী শ্ৰমিক... • পুনৰ ২৫জনৰ দেহত ধৰা পৰিল কোভিড-১৯... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী... • দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ • প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে'লে ল'ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য...

কোৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ’ল ডাঃ দীপা ডেকা, শনিবাৰে পালেগৈ স্ব-গৃহ…

763

ডিজিটেল ডেস্কঃ কোৰোনাৰ সৈতে যুঁজি জয়ী হ’ল গুৱাহাটী আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ ডাঃ দীপা ডেকা। শনিবাৰে হাস্পতালৰ পৰা যাবলৈ দিয়া হ’ল কোৰোনাৰ যোদ্ধাগৰাকীক। ইফালে আন এগৰাকী মহিলা ৰোগীকো শনিবাৰে হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়।

উল্লেখ্য যে, কোৰোনাৰ ৰোগীৰ নমুনা সংগ্ৰহৰ দায়িত্বত আছিল ডাঃ ডেকা। তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৰ্তব্য পালন কৰি আছিল। কোৰোনা পজিটিভ পোৱাৰ পাছতে তেওঁক হাস্পতালত ভৰ্তি কৰা হৈছিল।

শেহতীয়াকৈ কৰা দুটা পৰীক্ষাত তেওঁক নিগেটিভ পোৱা যায়। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে এই কথা। উল্লেখ্য যে, অসমত শনিবাৰে ৰিলিজ দিয়া ২ কোৰোনাৰ ৰোগীৰ সৈতে অসমৰ আৰোগ্য হোৱা লোকৰ সংখ্যা হৈছেগৈ ৫৭।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি