বিশ্বনাথঘাটত উদ্ধাৰ ডাঃ বিক্ৰমজিত বৰুৱাৰ বেগ…

বিশ্বনাথঘাটত উদ্ধাৰ ডাঃ বিক্ৰমজিত বৰুৱাৰ বেগ…
  • বিশ্বনাথঘাটত উদ্ধাৰ ডাঃ বিক্ৰমজিত বৰুৱাৰ বেগ ।
  • কিছুসময়ৰ পূৰ্বে উদ্ধাৰ কৰা হৈছে বেগটো।
  • উল্লেখ্য যে, কিছু সময়ৰ আগতে নামনি মাজুলীত উদ্ধাৰ হৈছে এটা মৃতদেহ।
  • এই মৃতদেহটো বিক্ৰমজিত বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে।
  • কলা চাৰ্ট পৰিহিত মৃতদেহতো চিকিৎসকগৰাকীৰে বুলি বৰ্তমানলৈকে নিশ্চিত হোৱা নাই।
  • পৰিয়ালৰ লোকে চিনাক্ত কৰাৰ পিছতহে এই আনুষ্ঠানিকতা সম্পন্ন হব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in