খ্যাতিসম্পন্ন চিকিৎসক ডা:ভূপেন্দ্ৰ শইকীয়া আৰু নাই…

খ্যাতিসম্পন্ন চিকিৎসক ডা:ভূপেন্দ্ৰ শইকীয়া আৰু নাই…
  • খ্যাতিসম্পন্ন চিকিৎসক ডা:ভূপেন্দ্ৰ শইকীয়াৰ মৃত্যু।
  • শনিবাৰে পুৱতি নিশা মৃত্যু হয় বিশিষ্ট চিকিৎসকগৰাকীৰ।
  • চিকিৎসকৰ লগতে এগৰাকী সুলেখকো আছিল শইকীয়া।
  • তেখেতৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ।
  • তেখেতৰ মননশীল লিখনিৰ আছে বহু অনুৰাগী।
  • ডা:ভূপেন্দ্ৰ শইকীয়াৰ মৃত্যুত শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে বহুজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in