বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীক ‘ডাঃ হেৰম্ব কুমাৰ ভৰালী মেম’ৰিয়েল বঁটা’

বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীক ‘ডাঃ হেৰম্ব কুমাৰ ভৰালী মেম’ৰিয়েল বঁটা’

ডিজিটেল ডেস্কঃ শনিবাৰে এক গাম্ভীযপূৰ্ণ অনু্ষ্ঠানত বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ সঞ্চালক তথা বিশিষ্ট গৱেষক ডাঃ অমল চন্দ্ৰ কটকীক প্ৰদান কৰা হয় ডাঃ হেৰম্ব কুমাৰ ভৰালী মেম'ৰিয়েল বটা। ঔষধৰ ক্ষেত্ৰখনলৈ ডাঃ অমল কাটকীয়ে আগবঢ়োৱা অৱদানৰ বাবে 'প্ৰতিশ্ৰুতি কেন্সাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টৰ' উদ্যোগত আয়োজিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় কটকীক । যোৱা ১৫ ডিচেম্বৰত প্ৰতিশ্ৰুতি কেন্সাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি এই বটাঁ প্ৰদান কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in