মাজুলীৰ পিছত এইবাৰ দৰঙত ভয়ংকৰ গণ সংক্ৰমণ…

মাজুলীৰ পিছত এইবাৰ দৰঙত ভয়ংকৰ গণ সংক্ৰমণ…
  • অসমত ভয়ংকৰ গণ সংক্ৰমণ আৰম্ভ হোৱাৰ শংকা।
  • মাজুলীৰ পিছতে এই দৰঙত একেটা চুুবুৰীয়ে ৩৬জনকৈ লোকৰ দেহত কোৰোনাৰ উপস্থিতি।
  • হাজৰিকাপাৰাৰ বৰুৱা চুবুৰীৰ এই লোক কেইজন।
  • সমগ্ৰ অঞ্চলটোত কনন্টেইনমেন্ট জন ঘোষণা কৰিছে প্ৰশাসনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in