শেহতীয়া খবৰ
গৰৈমাৰীৰ দুখনকৈ গাঁও পঞ্চায়তৰ কংগ্ৰেছী সভানেত্ৰীক দল বিৰোধী কাৰ্যকলাপৰ বাবে বহিষ্কাৰ • বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকক্ষণত গছ পুলিৰ চাহিদা বৃদ্ধি... • মৰিশালীৰ নিস্তব্ধতাৰ মাজতে নগাঁও কাগজ কলত সোণালী জয়ন্তি... • ৰাজ্যত আৰু ৪২জনৰ দেহত ধৰা পৰিল কোৰোনা ভাইৰাছ... • ৰাজ্যত নতুনকৈ ৮৫ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ • গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা কাৰাবন্দীৰ দেহত কোভিড-১৯... • জাজৰি আৰক্ষীৰ বৰ্বৰতাৰ বলি হৈ অৱশেষত কৰুণ মৃত্যুক সাবটিলে গাঁওৰক্ষী বাহিনীৰ সম্পাদকে... • বিস্ময়ঃ শশী ফুকনে কি ক’লে... • অৰুণাচল প্ৰদেশত পুনৰ ৪গৰাকী লোকৰ দেহত কোৰোনা... • নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্ৰৰ তৃতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্তৰ…

দৰঙলৈ গৌৰৱ কঢ়িয়াই আনিলে মঙলদৈৰ ডিছনাই…

859

ডিজিটেল সংবাদ, মঙলদৈঃ নগাঁও জিলাত অনুষ্ঠিত হোৱা Assam yoga associationৰ অন্তৰ্গত ২৮ অক্টোবৰত অন্ত পৰা ২২ সংখ্যক ৰাজ্যিক যোগ চেম্পিয়নশ্বিপত যোগদান কৰা মঙলদৈৰ শান্তিপুৰ নিবাসী ডিচনাই অসমৰ ভিতৰত আঠ বছৰৰ তলৰ শাখাত দ্বিতীয় স্থান দখল কৰি সুনাম কঢ়িয়াই আনে ৷

দেউতাক জয়ন্ত কুমাৰ চন্দ্ৰ আৰু মাক ৰুনুমীৰ দ্বিতীয় কন্যা বৰ্তমান গুৰুকুল গ্ৰুপ অফ এডুকেচনেল উইংৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী ৷

৬ বছৰীয়া ছাত্ৰী ডিচনাই যোগ সাধনা কৰি সকলোকে স্তম্ভিত আৰু আপ্লুত কৰাৰ লগতে জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনে ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি