মুখ্যমন্ত্ৰীৰ ভ্ৰমণক লৈ দৰঙত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰৰ ক’লা দিৱস ঘোষণা

  • মুখ্যমন্ত্ৰীৰ ভ্ৰমণক লৈ দৰং জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰৰ ক'লা দিৱস ঘোষণা।
  • আজি মঙলদৈলৈ যাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
  • জিলা পুথিভঁৰালত আয়োজিত শিল্পী দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ক'লা দিৱস ঘোষণা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in