শেহতীয়া খবৰ
৬নং দফাৰ পৰামৰ্শৰ প্ৰতিবেদন সাজু; ল’বলৈ আজৰি নাই গৃহমন্ত্ৰীৰ, নে কমিটীৰ পৰামৰ্শক লৈ লাগিছে লেঠা...  •  ৬নং দফাৰ পৰামৰ্শৰ প্ৰতিবেদন সাজু; ল’বলৈ আজৰি নাই গৃহমন্ত্ৰীৰ, নে কমিটীৰ পৰামৰ্শক লৈ লাগিছে লেঠা...  •  দেখা পালে কি হ’ব! সেয়ে ট্ৰাম্পৰ আগমণৰ পূৰ্বেই খালী কৰা হ’ল আহমেদাবাদৰ বস্তি অঞ্চল...  •  কন্যাৰ বিয়ালৈ প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনোৱা ৰিক্সা চালক মংগল কেৱটৰ অৱশেষত পূৰণ হ’ল সপোন...  •  ২৩ বছৰীয়া বিবাহ বাৰ্ষিকীত আবেগিক হৈ পৰিল প্ৰিয়ংকা, ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে ফটো...  •  দেহত নাই কোৰোনা ভাইৰাছ, আনন্দত নাচি উঠিল যুৱতীঃ চাওক VIDEO  •  ক্ৰিকেটৰ খেলপথাৰত নহয়, এইবাৰ ইনষ্টাগ্ৰামতো অভিলেখ বিৰাট কোহলীৰ...  •  ধাৰা ৩৭০ বাতিলৰ পিছত মোডীক সমালোচনা কৰা বৃটিছ সাংসদক বিমান বন্দৰতে আৱদ্ধ, উভতাই পঠিওৱা হ’ল ডুবাইলৈ  •  বিশিষ্ট চলচ্ছিত্ৰ প্ৰযোজক প্ৰাঞ্জল ভৰালী আৰু নাই...  •  পুৰণিগুদামৰ BKB মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাঃ উপস্থাপন হ'ল অভিজিৎ-নিলোৎপলৰ হত্যাকাণ্ড...

ডুমডুমাৰ ৰূপাইচাইডিঙত গুলীচালনা, নিহত এজন…

427
  • ডুমডুমাৰ ৰূপাইচাইডিঙত গুলীচালনা।
  • এছবিআইৰ এটিএমত ডকাইতিৰ ঘটনা।
  • গুলীচালনাৰ ফলত নিহত হৈছে এজন লোক।
  • এটিএমত টকা থোৱা গাড়ীৰ সুৰক্ষাকৰ্মীৰে গুলীয়াগুলী ৪-৫ জনীয়া অস্ত্ৰধাৰী ডকাইতৰ।
  • এই ঘটনাত এটিএমত ধন থোৱা বাহনৰ এগৰাকী সুৰক্ষাকৰ্মী নিহত হোৱা বুলি জানিব পৰা গৈছে।
  • ঘটনাটোক কেন্দ্ৰ কৰি ৰূপাইচাইডিঙত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
  • ডকাইতৰ দলটোৱে কাকপথাৰ দিশে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে।
  • আৰক্ষীয়ে ঘটনাক কেন্দ্ৰ কৰি অব্যাহত ৰাখিছে তদন্ত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি