ডুমডুমাৰ ৰূপাইচাইডিঙত গুলীচালনা, নিহত এজন…

ডুমডুমাৰ ৰূপাইচাইডিঙত গুলীচালনা, নিহত এজন…
  • ডুমডুমাৰ ৰূপাইচাইডিঙত গুলীচালনা।
  • এছবিআইৰ এটিএমত ডকাইতিৰ ঘটনা।
  • গুলীচালনাৰ ফলত নিহত হৈছে এজন লোক।
  • এটিএমত টকা থোৱা গাড়ীৰ সুৰক্ষাকৰ্মীৰে গুলীয়াগুলী ৪-৫ জনীয়া অস্ত্ৰধাৰী ডকাইতৰ।
  • এই ঘটনাত এটিএমত ধন থোৱা বাহনৰ এগৰাকী সুৰক্ষাকৰ্মী নিহত হোৱা বুলি জানিব পৰা গৈছে।
  • ঘটনাটোক কেন্দ্ৰ কৰি ৰূপাইচাইডিঙত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
  • ডকাইতৰ দলটোৱে কাকপথাৰ দিশে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে।
  • আৰক্ষীয়ে ঘটনাক কেন্দ্ৰ কৰি অব্যাহত ৰাখিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in