শেহতীয়া খবৰ
সাৱধান! নিজামুদ্দিন মাৰ্কাজলৈ গৈ লুকাই আছে নেকি, শেষ সময়সীমা বান্ধি দিলে চৰকাৰে, ৰুজু হ'ব গোচৰ...  •  কাছাৰৰ কোৰোনাত আক্ৰান্ত চজিবুৰৰ সৈতে সম্পৰ্ক থকা ৩ জনক কোৱাৰেন্টাইনলৈ প্ৰেৰণ, নিজামুদ্দিনলৈ যোৱা কাছাৰৰ ১২ জনৰ ৬জনক চিনাক্ত  •  টিহুত উৰাবাতৰি! হাতে হাতে যাঠি-জোং লৈ পথাৰে পথাৰে গঞা, গ্ৰেপ্তাৰ ৩ জন  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াটো এখন যুদ্ধতকৈ কম নহয়, মই অকলে নহয়, আমি সকলো একেলগে আছোঃ প্ৰধানমন্ত্ৰী মোডী  •  স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  স্পেনিছ গাৰ্ডেনত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু

ভাৰত ভ্ৰমণৰ বাবে সাজু ট্ৰাম্প! লগত আনিব…

5,645

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে অহা ২৪ ফেব্ৰুৱাৰীত ভাৰতত উপস্থিত হ’বহি মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ট্ৰাম্পৰ সৈতে এই ভাৰতলৈ আহিব তেওঁৰ পত্নী, কন্যা আৰু জোৱাই। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে এই ভ্ৰমণক লৈ অতি উৎসাহী বুলি জনাইছে আমেৰিকাৰ সংবাদমাধ্যমৰ সন্মুখত। তদুপৰি এই দুদিনীয়া ভ্ৰমণসূচীৰে বাবে প্ৰস্তুতিও প্ৰায় সম্পূৰ্ণ কৰিছে ট্ৰাম্পে।

প্ৰয়োজনী সা-সামগ্ৰীসমূহৰ লগতে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে লগত আনিব ‘নিউক্লিয়াৰ ফুটবল’। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, আমেৰিকাৰ প্ৰতিজন ৰাষ্ট্ৰপতিয়েই লগত লৈ যায় এই নিউক্লিয়াৰ ফুটবল। দৰাচলতে, নিউক্লিয়াৰ ফুটবল হৈছে এটা ব্ৰিফকেচ অৰ্থাৎ বেগ। যিটো বেগ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে হোৱাইট হাউছৰ ছিটুৱেশ্যন ৰূমৰ দৰে নিৰ্দেশ কেন্দ্ৰৰ পৰা দূৰলৈ গ’লে পাৰমাণৱিক আক্ৰমণৰ নিৰ্দেশ প্ৰদানৰ বাবে ব্যৱহাৰ কৰিব পাৰে।

Donald trump India Visit : ट्रंप अपने साथ लेकर आ रहे हैं न्यूक्लियर फुटबॉल, क्या आप जानते हैं इसके बारे में...

উল্লেখযোগ্য যে, মাৰ্কিন ৰাষ্ট্ৰপতিৰ লগত থকা এড-ডী-কেম্পে নিউক্লিয়াৰ ফুটবল নিজৰ সৈতে ৰাখে। আৰু এই এড-ডী-কেম্প হৈছে সেইজন ব্যক্তি যি ৰাষ্ট্ৰপতিৰ সৈতে ব্যক্তিগত উপদেষ্টা ৰূপে থাকে আৰু নিউক্লিয়াৰ ফুটবলৰ সুৰক্ষা নিশ্চিত কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি