শেহতীয়া খবৰ
কাছাৰৰ কোৰোনাত আক্ৰান্ত চজিবুৰৰ সৈতে সম্পৰ্ক থকা ৩ জনক কোৱাৰেন্টাইনলৈ প্ৰেৰণ, নিজামুদ্দিনলৈ যোৱা কাছাৰৰ ১২ জনৰ ৬জনক চিনাক্ত  •  টিহুত উৰাবাতৰি! হাতে হাতে যাঠি-জোং লৈ পথাৰে পথাৰে গঞা, গ্ৰেপ্তাৰ ৩ জন  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াটো এখন যুদ্ধতকৈ কম নহয়, মই অকলে নহয়, আমি সকলো একেলগে আছোঃ প্ৰধানমন্ত্ৰী মোডী  •  স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  স্পেনিছ গাৰ্ডেনত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু  •  চামগুৰিত এম্বুলেঞ্চলৈ শিলগুটি নিক্ষেপ

ভাৰতলৈ আহি আছে ডোনাল্ড ট্ৰাম্প, সোণৰ কাঁহীতহে খাব ভাত…PHOTOS

10,731

ডিজিটেল ডেস্কঃ সোণ আৰু ৰূপৰ পাত্ৰত খাবলৈ দিয়া হ’ব মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু মেলানিয়া ট্ৰাম্পক। অহা ২৪ ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিবলগা মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ এই অপ্যায়নৰ খবৰে এতিয়া ছ’চিয়েল মিডিয়াত লাভ কৰিছে ব্যাপক চৰ্চা।

Image

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি সোণৰ থালত দুপৰীয়া আৰু নিশাৰ আহাৰ গ্ৰহণ কৰিব ট্ৰাম্প আৰু তেওঁৰ পত্নীয়ে। জয়পুৰৰ বিখ্যাত ডিজাইনাৰ অৰুণ পাভোৱালে এই সোণ-ৰূপৰ থাল আৰু অন্য সামগ্ৰীসমূহৰ ডিজাইন কৰিছে।

Image

উল্লেখ্য যে, গুজৰাটৰ উপৰিও দিল্লীতো মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ অপ্যায়নৰ বাবে ব্যৱহাৰ কৰা হ’ব এই সোণ, ৰূপৰ সামগ্ৰীসমূহ। ইতিমধ্যে যাৱতীয় সকলো সামগ্ৰী দিল্লীলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে ডিজাইনাৰ অৰুণ পাভোৱালে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি