কাশ্মীৰক লৈ প্ৰতিক্ৰিয়া ডোনাল্ড ট্ৰাম্পৰ, VIDEO

কাশ্মীৰক লৈ প্ৰতিক্ৰিয়া ডোনাল্ড ট্ৰাম্পৰ, VIDEO
  • 'ভাৰত-পাকিস্তানৰ মাজত এক তীব্ৰ সংঘাত সৃষ্টি হৈছে।'
  • এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ।
  • ৱাছিংটনত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কাশ্মীৰ বিষয়ক লৈ এই মন্তব্য কৰে ট্ৰাম্পে।
  • 'দুয়োখন ৰাষ্ট্ৰৰ মাজত মই মধ্যস্থতাকাৰী হিচাপে বা অন্য কিবা কৰিব পাৰো নেকি চেষ্টা কৰিম।'
  • 'ভাৰত-পাকিস্তানৰ মাজত সুসম্পৰ্ক আছে।'
  • 'কিন্তু এই মুহূৰ্তত দুয়োখন ৰাষ্ট্ৰ কোনোপধ্যেই বন্ধু নহয়।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in