শেহতীয়া খবৰ
আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  ৰাণাঘাটৰ ৰাণুৰ সৈতে গান গাব বিচাৰে কুমাৰ চানুৱে!  •  নিলম্বন কৰিলেই নহ’বঃ মহিলাক বৰ্বৰ অত্যাচাৰ চলোৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবী জনালে খোদ মন্ত্ৰীয়ে  •  হিন্দী ভাষাক সাধাৰণ ভাষাৰ মান্যতা দিয়াৰ বিৰুদ্ধে আন এগৰাকী চুপাৰষ্টাৰ…  •  বিহাৰত বজ্ৰপাত পৰি ২৪ ঘণ্টাত ১৮ জনৰ মৃত্যু...  •  সৰু ল’ৰাৰ দৰে আচৰণ পাকিস্তানৰ! পাক আকাশপথেদি যাব নিদিয়ে প্ৰধানমন্ত্ৰী মোডীৰ বিমান  •  পবিত্ৰ ভাদ মাহৰ আজি অন্তিম দিন, শ শ তালৰ শব্দৰে মুখৰিত বটদ্ৰৱা থান...  •  মেঘালয়ত পুনৰ ৩ নাইজেৰিয়ান আৰক্ষীৰ জালত , এতিয়ালৈকে ১৭ জনক গ্ৰেপ্তাৰ...

কাশ্মীৰক লৈ প্ৰতিক্ৰিয়া ডোনাল্ড ট্ৰাম্পৰ, VIDEO

1,118
  • ‘ভাৰত-পাকিস্তানৰ মাজত এক তীব্ৰ সংঘাত সৃষ্টি হৈছে।’
  • এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ।
  • ৱাছিংটনত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কাশ্মীৰ বিষয়ক লৈ এই মন্তব্য কৰে ট্ৰাম্পে।
  • ‘দুয়োখন ৰাষ্ট্ৰৰ মাজত মই মধ্যস্থতাকাৰী হিচাপে বা অন্য কিবা কৰিব পাৰো নেকি চেষ্টা কৰিম।’
  • ‘ভাৰত-পাকিস্তানৰ মাজত সুসম্পৰ্ক আছে।’
  • ‘কিন্তু এই মুহূৰ্তত দুয়োখন ৰাষ্ট্ৰ কোনোপধ্যেই বন্ধু নহয়।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি