নৈশ ভোজনৰ পিছতে ৰাষ্ট্ৰপতি ভৱন এৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্পে

নৈশ ভোজনৰ পিছতে ৰাষ্ট্ৰপতি ভৱন এৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্পে
  • সামৰণি পৰিল দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ নৈশ ভোজন।
  • নৈশ ভোজনৰ পিছতে ৰাষ্ট্ৰপতি ভৱন এৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প।
  • কিছু সময় পূৰ্বে তেওঁলোকে ৰাষ্ট্ৰপতি ভৱন এৰে।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু, আন কেবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু বহুকেইজন মুখ্যমন্ত্ৰী এই অনুষ্ঠানত উপস্থিত আছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in