শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

পুনৰ নিৰ্বাচনত জয়লাভ কৰাৰ দাবী ড’নাল্ড ট্ৰাম্পৰ…

713

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ দাবী উত্থাপন কৰে । ট্ৰাম্পে লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত ৰেগিং কৰাৰো অভিযোগ উত্থাপন কৰে । ট্ৰাম্পে তেওঁ জয়লাভ কৰাৰ দাবী টুইট যোগে উত্থাপন কৰে ।


টুইটত ৰাষ্ট্ৰপতি গৰাকীয়ে কয় – মই নিৰ্বাচনত জিকিছিলো । সমগ্ৰ দেশতে নিৰ্বাচনত জালিয়াতি হৈছিল। ট্ৰাম্পে আমেৰিকাৰ মানচিত্ৰৰ সৈতে নিউয়ৰ্ক টাইমচৰ টুইট এটা সংল্গন্ন কৰি ৰাষ্ট্ৰপতি গৰাকীয়ে শ্বাগ্নিফিক অধ্যৱশিত অঞ্চলকে ধৰি পূৰ্বৰ নিৰ্বাচনতকৈ ১.০১ মিলিয়ন অধিক ভোট লাভ কৰিছিল বুলি মন্তব্য কৰে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি