ইৰাণ-আমেৰিকাৰ মাজৰ সংঘাত তুংগত! দেশবাসীক সম্বোধন কৰি কি ক’লে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে…

ফাইল ফটো
ফাইল ফটো
  • মাৰ্কিন ৰাষ্ট্ৰবাসীক সম্বোধন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ।
  • বুধবাৰৰ আবেলি সংবাদমাধ্যমৰ লগতে দেশবাসীক সম্বোধন কৰি ট্ৰাম্পে ক'লে-
  • 'ইৰাণৰ আক্ৰমণত কোনো ক্ষয়ক্ষতি হোৱা নাই মাৰ্কিন বাহিনীৰ।'
  • 'দুজন লোক সামান্যভাৱে আহত হৈছে।'
  • 'ইৰাণে বিশ্বৰ সন্ত্ৰাসবাদীক সমৰ্থন দি আহিছে।'
  • 'আমি কিছু দিনৰ পূৰ্বে তেনে এজন সন্ত্ৰাসবাদীক হত্যা কৰিলো।'
  • ছুলেমানৰ মৃত্যুৰ প্ৰতিশোধ স্বৰূপে ইৰাণে আক্ৰমণ চলাইছিল বুলি দাবী জনাই মাৰ্কিন সেনাৰ ঘাটিত।
  • ইৰাণৰ দাবী ৮০জনৰো অধিক ইৰাণত থকা মাৰ্কিন সেনা জোৱানৰ মৃত্যু হৈছে।
  • ইৰাণ বিশ্বৰ বৃহৎ তেল উৎপাদক।
  • তেলৰ বাবে আমি ইৰাণ আৰু তেনেকুৱা দেশৰ ওপৰত নিৰ্ভৰশীল নহয়।
  • ইৰাণে পাৰমাণৱিক আক্ৰমণৰ হুংকাৰ দিছিল।
  • তাৰো উত্তৰ দিলে ট্ৰাম্পে।
  • 'মই ৰাষ্ট্ৰপতি হৈ থকা লৈকে ইৰাণে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ লাভ নকৰে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in