ডন বস্ক’ ৰ সমীপৱৰ্তী অঞ্চলক কন্টেইনমেন্ট জ’ন ঘোষণা…

ডন বস্ক’ ৰ সমীপৱৰ্তী অঞ্চলক কন্টেইনমেন্ট জ’ন ঘোষণা…
  • গুৱাহাটীৰ পানবজাৰস্থিত ডন বস্ক' ৰ সমীপৱৰ্তী অঞ্চলক ঘোষণা কৰা হৈছে কন্টেনমেন্ট জ'ন হিচাপে।
  • ৭ দিনৰ বাবে কন্টেনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে অঞ্চলটোক।
  • প্ৰশাসনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।
  • ২৭ ফেব্রুৱাৰীলৈ কণ্টেইনমেণ্ট জ'ন ঘোষণা।
  • দুগৰাকী শিক্ষয়িত্রীৰ দেহত ক'ভিড-১৯ প'জিটিভ পোৱাত এই সিদ্ধান্ত।
  • কাইলৈ ক'ভিড টেষ্ট কৰোৱা হ'ব ডনবস্ক'ৰ সকলো শিক্ষকৰ।
  • ডনবস্ক'ৰ শিক্ষাৰ্থীৰ দেহত ক'ভিডৰ লক্ষণ দেখা দিলে টেষ্ট কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in