বুধবাৰে নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত সম্পন্ন হ’ব অভি-নীল কাণ্ডৰ শুনানি

বুধবাৰে নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত সম্পন্ন হ’ব অভি-নীল কাণ্ডৰ শুনানি
  • বুধবাৰে সম্পন্ন হ'ব ডকমকা কাণ্ডৰ শুনানি।
  • নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত হ'ব নীল-অভিজিত্‍ হত্যাকাণ্ডৰ গোচৰৰ শুনানি।
  • দুই প্ৰতিভাৱান যুৱকক নৃশংসভাৱে হত্যা কৰা হৈছিল কাৰ্বিআংলঙৰ ডকমকাত।
  • সমগ্র ঘটনাক কেন্দ্ৰকৰি দেশজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছিল।
  • আজি আদালতত হাজিৰ কৰোৱা হ'ব ৪৭জন অভিযুক্তক।
  • মঙলবাৰে ৭ অভিযুক্তৰ জামিন মঞ্জুৰ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে ।
  • জামিন লাভ কৰা ৭ অভিযুক্তৰ বিৰুদ্ধে ভিডিঅ' আপলোড কৰাৰ অভিযোগ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in