শেহতীয়া খবৰ
লামডিঙত ভাৰতীয় জীৱন বীমা নিগমৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড...  •  ২৫ দিনৰ মূৰতহে হাঁহিছে এইজন পিতৃয়ে!  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  অসমত আকৌ ৩২২জন কোভিড পজিটিভ, ২ জনে হেৰুৱাইছে প্ৰাণ...  •  ঘৰতে লাভ কৰিব ড্ৰাইভিং লাইচেঞ্চ...  •  ‘শংকৰদেৱ উদ্যান ধ্বংস কাৰ্য’ৰ বিৰুদ্ধে জ্যেষ্ঠ নাগৰিকৰ মানৱ শৃংখল কাৰ্যসূচী...  •  জঘন্য ঘটনা! তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰীক যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ অভিযুক্তক...  •  সন্তানসহ বিধায়কৰ হত্যাৰে জড়িত গুলীবৃদ্ধ উগ্ৰপন্থী নেতাক নগাঁৱৰ চিকিৎসালয়ত নিয়াই কৰিব জেৰা...  •  দুখীয়া ৰোগীৰ চিকিৎসাৰ বাবে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ চেক বিতৰণ...

১৮ অক্টোবৰৰ পৰা ঘৰুৱা বিমানৰ যাত্ৰ্ৰীৰ ক্ষমতাৰ ক্ষেত্ৰত নাথাকিব কোনো নিষেধাজ্ঞা…

ডিজিটেল ডেস্কঃ কোৰোনাকালীন পৰিস্থিতিৰ বাবে দেশৰ বিমান যাত্ৰীৰ ক্ষমতাৰ ওপৰত বাহাল থকা নিশেধাজ্ঞা ১৮ অক্টোবৰত সম্পূৰ্ণৰূপে সমাপ্ত হ’ব। অৰ্থাত ১৮ অক্টোবৰৰ পৰা ঘৰুৱা বিমানত যাত্ৰীৰ ক্ষমতাৰ ক্ষেত্ৰত নাথাকিব কোনো নিষেধাজ্ঞা।

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে কোনো ক্ষমতাৰ সীমাবদ্ধতা অবিহনে ১৮ অক্টোবৰৰ পৰা অনুসূচীত ঘৰুৱা বিমান সমূহ পুনৰুদ্ধাৰ কৰিবলৈ অনুমতি দিছে।উল্লেখ্য যে দেশত কোৰোনাৰ সংক্ৰমণ ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি