১৮ অক্টোবৰৰ পৰা ঘৰুৱা বিমানৰ যাত্ৰ্ৰীৰ ক্ষমতাৰ ক্ষেত্ৰত নাথাকিব কোনো নিষেধাজ্ঞা…

১৮ অক্টোবৰৰ পৰা ঘৰুৱা বিমানৰ যাত্ৰ্ৰীৰ ক্ষমতাৰ ক্ষেত্ৰত নাথাকিব কোনো নিষেধাজ্ঞা…

ডিজিটেল ডেস্কঃ কোৰোনাকালীন পৰিস্থিতিৰ বাবে দেশৰ বিমান যাত্ৰীৰ ক্ষমতাৰ ওপৰত বাহাল থকা নিশেধাজ্ঞা ১৮ অক্টোবৰত সম্পূৰ্ণৰূপে সমাপ্ত হ'ব। অৰ্থাত ১৮ অক্টোবৰৰ পৰা ঘৰুৱা বিমানত যাত্ৰীৰ ক্ষমতাৰ ক্ষেত্ৰত নাথাকিব কোনো নিষেধাজ্ঞা।

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে কোনো ক্ষমতাৰ সীমাবদ্ধতা অবিহনে ১৮ অক্টোবৰৰ পৰা অনুসূচীত ঘৰুৱা বিমান সমূহ পুনৰুদ্ধাৰ কৰিবলৈ অনুমতি দিছে।উল্লেখ্য যে দেশত কোৰোনাৰ সংক্ৰমণ ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in