প্ৰতিবাদত উত্তাল নুমলীগড়ৰ দৈগ্ৰোংৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ…

প্ৰতিবাদত উত্তাল নুমলীগড়ৰ দৈগ্ৰোংৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ…
  • ঘাইপথত ফাঁচী দিলে মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহক।
  • স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ যোগ দিলে সহস্ৰাধিক ডেকা, বৃদ্ধ, বনিতাই।
  • কেব বাতিলৰ দাবীত উত্তাল কৰে ৰাজপথ।
  • বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে।
  • বিধেয়ক বাতিল নহ'লে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in