ৰাস্তাত বাহন ৰখাই চিকিৎসকক আক্ৰমণ, সাৰি নগল পত্নীও…

ৰাস্তাত বাহন ৰখাই চিকিৎসকক আক্ৰমণ, সাৰি নগল পত্নীও…
  • ৰাজ্যত পুনৰ সংঘটিত হৈছে চিকিৎসক আক্ৰমণৰ ঘটনা।
  • ঢেকীয়াজুলিৰ চিৰাজুলি মডেল হস্পিতালৰ চিকিৎসক ডাঃ কমল জালক আক্ৰমণ।
  • বেলশিৰি চাহ বাগিচালৈ গৈ থকাৰ পথতে বাহন ৰখাই ২ যুৱকে আক্ৰমণ কৰে চিকিৎসকজনক।
  • এই আক্ৰমণৰ পৰা হাৰি নগল চিকিৎসকজনৰ পত্নীয়ো।
  • ঘটনাত জড়িত যুৱক দুজনৰ নাম আকাশ দেৱনাথ আৰু অমিত দেৱনাথ।
  • ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে চিকিৎসকগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in