শেহতীয়া খবৰ
ওৰাঙত এছ এছ বিৰ প্ৰশংসনীয় পদক্ষেপ ! কৈলাশ দেৱালয়ত ১১০ টা গছ পুলি ৰোপন....  •  হৃদ ৰোগত আক্ৰান্ত হৈ কংগ্ৰেছ নেতৃৰ বিয়োগ...  •  চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...

ৰাস্তাত বাহন ৰখাই চিকিৎসকক আক্ৰমণ, সাৰি নগল পত্নীও…

  • ৰাজ্যত পুনৰ সংঘটিত হৈছে চিকিৎসক আক্ৰমণৰ ঘটনা।
  • ঢেকীয়াজুলিৰ চিৰাজুলি মডেল হস্পিতালৰ চিকিৎসক ডাঃ কমল জালক আক্ৰমণ।
  • বেলশিৰি চাহ বাগিচালৈ গৈ থকাৰ পথতে বাহন ৰখাই ২ যুৱকে আক্ৰমণ কৰে চিকিৎসকজনক।
  • এই আক্ৰমণৰ পৰা হাৰি নগল চিকিৎসকজনৰ পত্নীয়ো।
  • ঘটনাত জড়িত যুৱক দুজনৰ নাম আকাশ দেৱনাথ আৰু অমিত দেৱনাথ।
  • ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে চিকিৎসকগৰাকীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি