আজি ৪ বজাতঃ তেজপুৰ-১৯৬২…

আজি ৪ বজাতঃ তেজপুৰ-১৯৬২…

ডিজিটেল ডেস্ক: মঙলবাৰে আবেলি ৪ বজাত ছয়মাইলস্হিত Farmer's Training Centre, Directorate of Horticulture and FP কেন্দ্ৰৰ প্ৰেক্ষাগৃহত (লিলি হোটেলৰ বিপৰীতে) প্ৰদৰ্শিত হ'ব তেজপুৰ-১৯৬২ নামৰ তথ্যচিত্ৰখন । তথ্যচিত্ৰখনৰ পৰিচালনা কৰিছে সমুজ্জল কাশ্যপে। Flim Duvision of India ৰ দ্বাৰা প্ৰযোজিত তথ্যচিত্ৰখন উপভোগৰ বাবে ৰাইজৰ উপস্থিতি কামনা কৰিছে আহ্বায়ক মণ্ডলীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in