ডবকাৰ কোৱাৰেন্টাইন চেন্টাৰত এজন লোকৰ আত্মহত্যা…

ডবকাৰ কোৱাৰেন্টাইন চেন্টাৰত এজন লোকৰ আত্মহত্যা…
  • ডবকাৰ কোৱাৰেন্টাইন চেন্টাৰত সংঘটিত হৈছে অঘটন।
  • কোৱাৰাইণ্টাইন কেন্দ্ৰ চৌহদত আত্মহত্যা এজন লোকৰ।
  • ডবকাৰ মৰ্কজুল উলুম মাদ্ৰাছা কোৱাৰাইণ্টাইন কেন্দ্ৰ চৌহদত সংঘটিত হৈছে এই ঘটনাৰ।
  • কেন্দ্ৰটোৰ চৌহদত থকা এজোপা গছত চিপ লৈ আত্মহনন এজন লোকৰ।
  • আৰক্ষীৰ লোক উপস্থিত হৈছে উক্ত ঘটনাস্থলীত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in