ডবকাৰ ৰাষ্ট্ৰীয় ঘাইপথত অঘটনঃ হঠাৎ জ্বলি উঠিল ট্ৰাক…

ডবকাৰ ৰাষ্ট্ৰীয় ঘাইপথত অঘটনঃ হঠাৎ জ্বলি উঠিল ট্ৰাক…
  • ডবকাৰ চাৰিলেনযুক্ত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন ৷
  • হঠাৎ জ্বলি উঠিল পথৰ দাতিত ৰৈ থকা এখন ট্ৰাক ৷
  • ক্ষন্তেকতে জুইৰ লেলিহান শিখাই আগুৰি ধৰিলে দাউ দাউকৈ ট্ৰাকখন ৷
  • ডবকাৰ গণিপুৰ বাইবাছত এই ঘটনা ৷
  • লগে লগে স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷
  • অতি ততপৰতাৰে অগ্নি নিৰ্বাপক বাহিনীয়ে ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷
  • অগ্নিকাণ্ডৰ ফলত কোনো লোক হাতাহত হোৱা নাই ৷
    জুই লগা গাড়ী খনৰ নম্বৰ AS01GC6972 .

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in