শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

ডবকাৰ ৰাষ্ট্ৰীয় ঘাইপথত অঘটনঃ হঠাৎ জ্বলি উঠিল ট্ৰাক…

99
  • ডবকাৰ চাৰিলেনযুক্ত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন ৷
  • হঠাৎ জ্বলি উঠিল পথৰ দাতিত ৰৈ থকা এখন ট্ৰাক ৷
  • ক্ষন্তেকতে জুইৰ লেলিহান শিখাই আগুৰি ধৰিলে দাউ দাউকৈ ট্ৰাকখন ৷
  • ডবকাৰ গণিপুৰ বাইবাছত এই ঘটনা ৷
  • লগে লগে স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷
  • অতি ততপৰতাৰে অগ্নি নিৰ্বাপক বাহিনীয়ে ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷
  • অগ্নিকাণ্ডৰ ফলত কোনো লোক হাতাহত হোৱা নাই ৷
    জুই লগা গাড়ী খনৰ নম্বৰ AS01GC6972 .
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি