ডবকাত আৰক্ষীৰ অভিযানত ২ দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ

ডবকাত আৰক্ষীৰ অভিযানত ২ দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ
  • ডবকাৰ উদমাৰি গাঁৱত আৰক্ষীৰ অভিযানত দুটা দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ৷
  • ধৃত ডকাইত দুটাৰ নাম ক্ৰমে মিছবাহ উদ্দিন আৰু নুৰ হুছেইন৷
  • দুয়ো ফৰেষ্ট ভিলেইজৰ বলাই মিয়া নামৰ লোকজনৰ ঘৰত আশ্ৰয় লৈ আছিল৷
  • ফৰেষ্ট ভিলেইজৰ কাষতে থকা বালি মহলৰ মহলদাৰক অপহৰণৰ পৰিকল্পনা ৰচনা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ৷
  • পূৰ্বেও বহু কেইটা ডকাইটি কাণ্ডৰ লগত থকাৰ অভিযোগ দুয়োৰে বিৰুদ্ধে৷
  • দুয়োকে ডবকা আৰক্ষী থানাত মাৰাথান জেৰা চলাই আছে আৰক্ষীয়ে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in